WhatsApp Group Join Now
Telegram Group Join Now

Happy Bhogali Bihu Images 2024, Magh Bihu Wishes in Assamese

Happy Bhogali Bihu Images, Happy Bhogali Bihu 2024 Wishes, Magh Bihu Wishes in Assamese, Happy Magh Bihu 2023 Status, Quotes: HindiOnly के तरफ से आप सभी को Bhogali Bihu / Magh Bihu के हार्दिक शवकामनाये। बिहू Assam का मुख्य तेव्हार हे। इस साल 2024 भोगली बिहू मनाया जायेगा 14th January को। माघ बिहू असामीज New Year होता हे।

बिहू Assam का Official State Festival हे और Bihu साल में ३ बार मनाया जाता हे। Rongali और Bohag Bihu April महीने में, Kongali और Kati Bihu October महीने में और Bhogali और Magh Bihu साल के सुरुवाती महीना January में मनाया जाता हे। आज के इस article में हम शेयर करने जा रहे हे Bhogali Bihu Wishes 2024 Image Quotes Status Shayari। तो चलिए दोस्तों, बिना देरी किये आज के इस article को सुरु करते हे।

Happy Bhogali Bihu Images 2021

Magh Bihu Wishes in Assamese

माघ बिहू जिसे भोगली बिहू नाम से वे जाना जाता हे। आज के इस Digital ज़माने में सभी सभी Wishes Online वेजटे हे WhatsApp, Facebook, Telegram और वे अन्ना Social Media के माध्यम से। अगर आप वे इस बिहू अपने यार दोस्त, परिवार याफिर रिस्तेदार को Online Bihu Wishes वेजना चाहते हो तो आज का ये article सिर्फ आपके लिए हे। High Quality Photos Download करने के िये अभी Visit करे http://www.wallpics.com/.

Bhogali Bihu 2023 Wishes
TypeGreetings
Date14th January 2024
Magh Bihu WishesImage Quotes Status Shayari
LanguageAssamese, Hindi, English
Last UpdateA few hours ago…

Happy Bhogali Bihu Images 2024

Happy Bhogali Bihu Images
Happy Bihu
Magh Bihu Wishes in Assamese
Assamese New Year Photo

Happy Magh Bihu 2024 Wishes in Assamese

আপােনালৈ তথা আপােনাৰ পৰিয়ালৰ সকলােলৈকে ভােগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.

সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ এই মেজিৰ জুইত নিপাত যাওক সকলাে অসূয়া-অপ্রীতি
প্রতিজন অসমীয়াৰ জীৱনলৈ নামি আহক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। তাৰেই কামনাৰে..

ভােগালীয়ে সকলােৰে মনবােৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস… ভােগালী বিহুৰ বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।

ভোগালী বিহু বতৰত মেজি ঘৰত পিঠা খোৱা পৰত তোমালৈ মাঘ বিহুৰ হিয়াভৰা শুভকামনা জনালো ।

আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ ,সমৃদ্ধি ,শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে..

ভোগালীৰ মেজিৰ পৱিত্ৰ বহ্নিয়ে অাতৰাওক সমাজৰ সকলো অসূয়া-অশান্তি ভোগালীৰ ভোগে জীপাল কৰক অসমবাসীৰ হিয়া-মন প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী । ভোগালী বিহুৰ অন্তৰিক শুভেচ্ছা যাচিলো।

আমাৰ বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনত যেন এই বিহুৱে কঢ়িয়াই আনে একতা, শান্তি আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো।

আজি উৰুকাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে বাপতি-সাহন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।

মাটি মাহৰ হাওদাৰে মিঠা আলুৰ পিঠাৰে বৰা চাউলৰ আঠাৰে জহা চাউলৰ সুগন্ধিৰে জীৱন ভোগালী হৈ পৰক *তাৰে কামনাৰে .. HAPPY BHOGALI BIHU . শুভ ভোগালী বিহু ।

ভোগালীৰ উলাহে সমাজৰ পৰা অসূয়া-অপ্ৰীতি সমূহ বিনাশ কৰি শান্তি আৰু ভ্ৰাতৃত্ববোধৰ বতৰা কঢ়িয়াই আনক। আটাইলৈ ভোগালীৰ শুভেচ্ছা যাঁচিলো।

ভোগালী বিহুয়ে সকলোৰে জীৱন লৈ সূখ সমৃদ্ধি কঢ়িয়াই আনৰ লগতে ভাতৃত্ব বোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক আৰু মেজিৰ জুইকুৰাই যেন অপায়-অমংগল,হিংসা-বিদ্বেষ সকলোবোৰ পুৰি শেষ কৰি কঢ়িয়াই আনে অনাবিল আনন্দ… সেই শুভ কামনাৰে ভোগালী_বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা যাঁচিলো |

সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤️ সমূহ অসমবাসী ৰাইজলৈ চেনেহৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ… ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো

সকলােলৈকে ভােগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালাে, ভােগালীয়ে সকলােৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ বতৰা।

Bhogali Bihu Quotes, Status for WhatsApp, FB

Let this Bihu give you the strength to do all that you dreamed to do during last year but didn’t dare to do.
Happy Bohag Bihu & Happy Rongali Bihu

Let us vow to take life in our stride this Bihu and make it tolerable as well as beautiful by accepting sorrow and happiness with sanity.
Happy Bohag Bihu & Happy Rongali Bihu

May this Bohag Bihu be a good and prosperous one for all of us.
Happy Bohag Bihu & Happy Rongali Bihu

Happy Bihu! Let this be a delightful year, filled with delightful things in each of its days.
Happy Bohag Bihu & Happy Rongali Bihu

This is a time of new beginnings and for the celebration of life
Happy Bohag Bihu & Happy Rongali Bihu

Let us welcome this Bohag Bihu with great hope, eagerness, and anticipation. Let us look forward to a plentiful year of joy, satisfaction, peace, and prosperity.
Happy Bohag Bihu & Happy Rongali Bihu

My heartfelt wishes to all of you on the Bohag Bihu.
Happy Bohag Bihu

The Bihu has come,
drums and pipes are being played,
new leaves are budding in the trees,
it is feeling like Bihu!
Happy Bohag Bihu & Happy Rongali Bihu

I greet everyone with the best wishes of Rongali Bihu.
Happy Happy Bhogali Magh Bihu

Enjoy the festive season! Sing and dance with fun…Wishing you happiness on this Bihu…
Happy Bohag Bihu

May the joyous harvest season bring to you and your family Happiness & Prosperity.
Happy Bohag Bihu & Happy Bhogali Magh Bihu

अंतिम बात

तो दोस्तों, आज के इस article के माध्यम से हम आपको Bhogali Bihu 2023 Wishes Collection Share किया हे। उम्मीद करता हु आपको हमारा ये कलेक्शन पसंद आया होगा। HindiOnly में आने के लिए आपका बहुत बहुत सुक्रिया। मिलते हे आपसे जल्दी हे किसी और नए जानकारी के साथ।

Leave a Comment